Advertisement

Responsive Advertisement

দুদিনত ১০০০ কোটি টকা দান , সোণ ৰূপৰ পৰা নগদ ধন সকলো দিছে কাশ্মীৰৰ জনতাই

যুদ্ধ বিধ্বস্ত ইৰাণৰ বাবে কাশ্মীৰত অনুদান অভিযান আৰম্ভ হৈছিল। ছ’চিয়েল মিডিয়াত প্ৰকাশিত বাতৰি অনুসৰি মাত্ৰ দুদিনতে বৰঙণি  প্ৰায় ₹1000+ কোটি অতিক্ৰম কৰিছে। সোণ আৰু গহনাৰ লগতে নগদ ধন আৰু অত্যাৱশ্যকীয় সামগ্ৰীলৈকে সকলো অনুদান দিবলৈ আগবাঢ়িছে কাশ্মীৰৰ জনসাধাৰণ।

বুডগাম জিলাৰ পৰা চাদৌৰা, মাগাম বেৰৱাহ আৰু ইয়াৰ আশে-পাশে থকা গাঁওসমূহে অভাৱনীয়হাৰত ঐক্যতা চিহ্ন দেখুৱাইছে।

বি:দ্ৰ: এক প্ৰতিবেদনে অনুসৰি সমগ্ৰ কাশ্মীৰত মানুহে মূল্যৱান সামগ্ৰী আৰু ধন বৰঙণি আগবঢ়াইছে আৰু এই অনুদান অভিযান চলি আছে।



Post a Comment

0 Comments