Advertisement

Responsive Advertisement

মোবাইলৰ চিম কাৰ্ডৰ এটা কোণ কিয় কাটা থাকে

আমি ব্যৱহাৰ কৰা যিকোনো মোবাইলৰ চিম কাৰ্ডখনৰ এটা কোণ কাটা থাকে। ইয়াৰ কাৰণ হল সুবিধা, সুৰক্ষা আৰু টেকনলজিৰ ব্যৱহাৰ। এই ডিজাইন থকাৰ কাৰণ হল কোনেও যাতে চিমখন ওলোটাকৈ নলগায় বা ব্যৱহাৰ নকৰে। চিমৰ শ্লটটো এটা কোণ কটা থাকে। প্ৰথম অৱস্থাত চাৰিকোণীয়া চিম কাৰ্ড ব্যৱহাৰ কৰিছিল, তেতিয়া বহুত চিম ওলোটাকৈ লগায় পিছত মোবাইলত নেটৱৰ্ক নাথাকে, চিমখন বেয়া হৈ যায়। প্ৰথমে জাপানাৰ এটা কোম্পানীয়ে চিমৰ এটা কোণ কাটি সকলোৰে সুবিধা কৰি দিয়ে আৰু গলডেন ৰঙৰ প্ৰলেপটো যাতে ওপৰৰ ফালে হয় তেনেকৈ নিৰ্মাণ কৰিছিল। তেতিয়াৰ পৰা এই চিমৰ ষ্টাইল ব্যৱহাৰ হৈ আছে।



Post a Comment

0 Comments